Atanu Sabyasachiএগৰাকী কবিয়ে সদায় নিজৰ হৃদয়ৰ ভাৱনাবোৰক আনৰ আগত উন্মুক্তভাৱে প্ৰকাশ কৰিহে সন্তোষ পায় ৷ ওড়িশাৰ ৰাজনৈতিক বাতাবৰণৰ মাজত এগৰাকী যশস্বী ৰাজনেতা হিচাপে খ্যাতি অৰ্জন কৰাৰ সমান্তৰালকৈ সাহিত্যৰ প্ৰতি আকৃষ্ট হৈ লিখনী চালনা কৰোঁতে অমায়িক কবি হিচাপে পাঠকৰ আদৰ পালৈ সক্ষম হোৱা অতনু সব্যসাচীয়ে পোনপটীয়াকৈ সৰল শব্দ-বিন্যাসেৰে ৰচনা কৰা 'সব্যসাচীৰ শব্দ' নামৰ সংকলনটোৱে সঁচাকৈ কবিৰ চিন্তা-চেতনাক শৃংখলাবদ্ধভাৱে সজাই তুলিছে ৷ পুথিখনে নিখুঁতভাৱে সমাজৰ জটিল বাস্তৱতা আৰু কবিৰ ভাবপ্ৰৱণতাৰ এক সুন্দৰ ইস্তাহাৰ বুলি ক'লেও ভুল নহ'ব ৷ Read More Read Less
An OTP has been sent to your Registered Email Id:
Resend Verification Code
Hi! I'm Vidya, your virtual assistant.
Need a book recommendation, help with your order or support with any query? I’m here to assist you.